Nuu AtoZ
Nuu AtoZ's Channel
 
 
 
#mising collection mekhela sador#
333
 
#mising collection mekhela sador#
333
 
Profile
 
Name
Nuu AtoZ
Description
👏👏❤️ নমস্কাৰ জনাই সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো।। আশা কৰোঁ সকলোৱে মোৰ ভিডিও বোৰ আঁকোৱালি লৈ মৰম দিব।।
Subscribers
7.04K
Subscriptions
Friends
Channel Comments
Gargichiku (3 minutes ago)
Nice shearing like
PradipGogoi-i7b (10 minutes ago)
বিশ্বনাথ ঘাটৰ ৰাস চোৱা কথা মনত পৰিছে মোৰ ও। অসমৰ ৰাস মাজুলীত সুন্দৰ হয়। নলবাৰীত পুতলা ৰাস ও সুন্দৰ কৈ কৰে। এঞ্জেলা চাঙমাই এতিয়া ৰাস ও মহাৰাস কি বস্তু। শৰৎকাল পূৰ্ণিমাৰ ৰাতি ইয়াৰ লগত সম্পৰ্ক আছে। মন আৰু হ্নদয়ৰৰ পৰা কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য তিনিটা গুণ পঞ্চ ৰস দহ ইন্দ্ৰিয়্ মুঠ 24তত্ত্বৰ শৰীৰৰ মন হ'ল ৰজা বুদ্ধি আৰু বিবেক উপ দেষ্টা আত্মা হ'ল অহম ব্ৰহ্মাশ্মি। মই ব্ৰহ্ম। আমি বহু বাৰ কৈছোঁ জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। অথাৎ জীৱ চেতনা জীৱাত্মা আত্মা সকলো একেই অভিন্ন ব্ৰহ্ম। কিন্তু নাই কাৰো চিনটো। ওপৰত উল্লেখিত পঞ্চ মহাভূতৰ মাটি পানী বায়ু আকাশ জুই ৰ 24তত্ত্বৰ প্ৰকূতিৰ দেহ বোৰত জীৱ আছে। জীৱ বা চেতনা বা consiousness energy গোটেই দেহটোক জীয়াই ৰাখে। কিন্তু দেহৰ লগত সংযোগ হৈ থকা বাবে চেতনা কলুষিত হৈ নিজকে জীৱ বা চেতনা বুলি ভাবি অহ্ঙকাৰত অন্ধ হৈয়ে অজ্ঞান হৈ থাকে। যেতিয়া উল্লেখিত উপৰোক্ত অসৎ গুন বিলাক ত্যাগ কৰে সৎভাৱনা সদাচাৰ সৎ চিন্তা আত্ম বোধ আত্ম উপলব্ধি বিবেক আৰু সৎ বুদ্ধিৰ বাবে অসৎ স্বভাৱ চৰিত্ৰ দূৰ হৈ সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম ৰসময়ী সৎভাৱনা মন হ্নদয়ত ভৰি পৰিব লাগে লাগে শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাচাৰ অভিমান অহ্ঙকাৰ কূটনৈতিক সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তি আদি অমানুষিক কাৰ্যকলাপ বোৰ মন আৰু বিবেকৰ পৰা নিজেই আঁতৰি যাবলৈ বাধ্য হ'ব। তেতিয়া চেতনা বিশুদ্ধ হ'লে বিশুদ্ধ চেতনা ই ব্ৰহ্ম। ব্ৰহ্ম জ্ঞান পালে জীৱ শ্ৰেষ্ঠ হৈ নিপুণ সচিদানন্দ হৈ ব্ৰহ্মতেই বিলিন হ'ব আৰু জীৱ জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হ'ব তেতিয়া জীৱ বিলাক ব্ৰহ্ম ৰ লগত সংযোগ হৈ সত্যম জ্ঞানম অনন্তম ব্ৰহ্ম হৈ ঐশ্বৰিক নিগূনাত্ম হৈ সকলো ত্যাগী ব্ৰহ্ম জ্ঞান প্ৰাপ্তী হৈ ৰাস বা ৰসময়ী নিগূন প্ৰেমৰ যঙকাৰ উঠে। সেই ই ৰাস। পৰম ব্ৰহ্ম কৃষ্ণক চিনি পায় নিগূন ভক্তি ৰস প্ৰেম নিবেদন কৰে। যাক মহাৰাস বা ৰস বোলা হয়। মহাপুৰুষ মহিষী সকলে সাধাৰণজনগনৰ বাবে বাজিকতাৰে আনন্দ উপভোগ ও মানসিক সামাজিক সাংস্কৃতিক বৌদ্ধিক বৈষম্য পৰিহাৰ কৰা বাবে ঈশ্বৰ তত্বৰ বাবে ৰাস মহাৰাসৰ সূষ্টি কৰিছিল।
chinudevi1697 (18 minutes ago)
খুউব সুন্দৰ বহুত ভাল লাগিল
JapungsarBrahma-dg7hw (27 minutes ago)
14 like done friend very nice sharing
LakshmiBora-q5b (32 minutes ago)
Krishna . Krishna.
SonjitGoyari (47 minutes ago)
Like done
PradipGogoi-i7b (51 minutes ago)
ৰাসত গোপীসকলৰ শ্ৰীকৃষ্ণৰ লগত সংযোগ হ'ব লৈ পূৱ জন্মৰ সাধনাৰ ফল। গোপীসকল আগতে ৰিষি মুনী মহিষী আছিল। পৰম ব্ৰহ্ম কৃষ্ণক পাব লৈ এই মহিষী সকলে আগৰ জন্মৰপৰা সাধনা আছিল। গোপীসকলে ই জীৱ আৰু পৰম ব্ৰহ্ম ই হ'ল হ'ল অনাদি অনন্ত শ্ৰীকৃষ্ণ। জীৱ ও ব্ৰহ্ম মানে পৰম ব্ৰহ্ম কৃষ্ণ সচিদানন্দ প্ৰেম বা ৰস বা ৰাস বোলা হয়।
Runjunborah-un5zk (1 hour ago)
Xundor
SukumarDutta-w4s (2 hour ago)
Angelina is expressing about Rash Lila which is a inner journey of humanlife as Niska.Bhakti of devotees as pure devotion realising the true spiritual nature
KarabiBaruah28 (3 hours ago)
Nice sharing
bijumoniborahvlogs7500 (22 hours ago)
খুবেই সুন্দৰ
RAHASHYA_777 (4 hours ago)
অতি সুন্দৰ
Jpvolg2370 (10 hours ago)
Hundar
nhkraktimvlogs2369 (15 hours ago)
bitu986 (13 hours ago)
কৃষ্ণ,ভাল লাগিল কথাবোৰ
userid get finish at: 0.00 clean innertube fetch finish at: 0.20 main response parse finish at: 0.50 getAdditionalSections finish at: 0.80 applyHTML finish at: 1.50